The best Side of Assamese synonyms

Wiki Article

অগুণকাৰী, অশলাগী, কৃতঘ্ন, খাই পাত ফলা, নিমখহাৰাম৷

আত্মবৰ্গ, আপোনজন, আপোন মানুহ, ইষ্ট-কুটুম্ব, ককাই-ভাই, কুটুম, কুটুম্ব, গিয়াতি, গোত-জ্ঞাতি,  জ্ঞাতি, পৰিজন, মিতিৰ, সগোত্ৰ, সগোত্ৰীয়, সবৰ্ণ, সম্বন্ধীয় মানুহ, স্বগণ, স্বজন, স্বজনবৰ্গ, স্বজাতি৷

অনশন, অনাহাৰ, অভক্ষণ, অভোজন, নিৰাহাৰ, নিশি পালন, বৰত, ব্ৰত, লঘোন৷

অহা-যোৱা, আয়াযাত, গতায়াত, গমনাগমন, যাতায়াত, সমাগম৷

অধোগামী, অধোনমিত, অধঃপতিত, অৱনত, অৱনমিত, নিম্নগামী৷

কণ্টকফল, কণ্টকীফল, কণ্টফল, পুতফল, ফলকণ্টক৷

অনাটন, অপৰ্যাপ্ততা, অপ্ৰাচুৰ্য, টনাটনি, দুষ্প্ৰাপ্যতা, নাটনি, মৰগ৷

অনতিবিলম্বে, অবিলম্বে, এইমুহূৰ্ততে, এতিয়াই৷

আভা, আভাস, আলোক, উদ্দীপ্তি, উদ্ভাস, কিৰণ, কৰ, গভস্তি, ছটা, জ্যোতি, দীপ্তি, দ্যুতি, ধৃষ্ণি, প্রদ্যোত, প্ৰদীপ্তি, প্ৰভা, বিদ্যোত, বিভা, বিভাসা, ভা, ভাতি, ভান, ভাম, ভাস, মৰীচি, ৰশ্মি, ৰুচি, ৰোচিঃ৷

অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্বী, পৃথিৱী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা৷ সংসাৰ, get more info সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷ দুনিয়া৷ মৰত৷

অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অধিমূল্য, অৰ্ঘ, দৰ, দাম, নিৰিখ, ভাও, মূল্য৷

কালাতীত, চিৰকালীন, চিৰন্তন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, ধ্ৰুপদী, ধ্ৰুৱ, নিত্য, নিয়ত, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন, সাৰ্বকালিক৷ অক্ষয়, অনপায়ী, অনস্বৰ, অনাশ্য, অবিনাশী, অব্যয়, অলয়, ক্ষয়হীন, চিৰজীৱী, চিৰঞ্জীৱ, চিৰঞ্জীৱী, চিৰায়ু, নাশহীন, নিৰত্যয়, মৃত্যুঞ্জয়, মৃত্যুঞ্জয়ী, মৃত্যুহীন, লোপৰহিত, লয়হীন৷

অসমীয়া সমাৰ্থক শব্দকোষ অসমীয়া সমাৰ্থক শব্দ

Report this wiki page